পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফায়স্থ সমাজৰ ইতিবৃত্ত। হেন শুনি নৃপতিৰ ক্ৰোধ উপজিল। গদাধৰ ভাণ্ডাড়ীক তচিল কৰিলা। ৭২১ এহিমতে শান্তি কৰিলেক বৰিষেক। তথাপিতো ৰাজ বিশ্বাস নকৈলেক। পুনৰ্বাৰ নৰপতি ক্ৰোধত জলিল। কমাৰ আনায়া পাচে কোড় তাৱ দিল তথাপিতো নাভাঙ্গিল। বিশ্বাস ৰাজাৰ। নাজানো নাজানো মাত্ৰ বোলে বাৰম্বাৰ। ৭২৩ X X X এহি বুলি কাণ্ড আনি ধনুত জুৰিলা। গদাধৰে বাগীশক বুলিৰে লাগিল। শুনিয়ে বাগীশ তুমি পৰম পণ্ডিত। বেদ চাই কহা কৰে বিশ্বাস খণ্ডিত। হেন শুনি বাগীশে সুমৰে ধম ধৰ্ম। বিশ্বাস খণ্ডন ইটো গৰিহিত কৰ্ম। দৰ ৰাজ-বংশাৱলীৰ্য্যখড়ি। গঙ্গাধৰে তথাপি নোকোৱাত পৰীক্ষিতে তেওঁক ভাল ব্যৱহাৰ কৰে। ইয়াৰ পাচত মুছলমানে কোচ ঙে' জয় কৰে, পৰীক্ষিত বন্দী হয়। ধন ভাণ্ডাৰ গুপ্ত ভাৱেই থাকিল—তাক , কেৱে নাপালে। -- খৰ ভুঞা-শুকাইকুচীয়া গোমঠাৰ বংশ। শুকাইকুচি, চামতা শ্ৰধৰ ভূঞা | ২ গদাধৰ গোমঠা ভোগীৰথ গোমঠা ভাঃ মৌনবতী 8 A উদয়গিৰি ভাঃ সত্যৱতী B দীননাথ মেধি [ বৰিগোগ—ঙিয়া]