পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

OUD মাকান্ত বাহিয়া ওৰফে বংশধৰ ধাদেবী প্ৰতাপৰ পেহী (পকোৱা) ১ কীৰ্তিম ভাঃ (১) তম্ভীপ্ৰিয়া (২) পদ্মপ্ৰিয়া } মিহিৰামৰ কন্যা (পকোৱা) ২া চানাৰাম ভা: মালতী দেবী ম ধৱৰ কন্যা বেলশৰ কন্যা সৰস্বতীদেবী। ব্য: চেনিৰাম (বেলশৰ) লক্ষ্মীকান্ত । কন্যা জানকীদেবী -T ঐনৰকান্ত কন্যা গোলাপী বাঃ বাপুৰাম দত্ত বালিকৰিয়া স্বা: উত্তযচন্দ্ৰ পকোৱা গোমঠা ভুঞা-নাৰায়ণ গোমঠাৰ বংশধৰসকল। শ্ৰীধৰভূঞা—বাৰ ভূঞাৰ ভিতৰত এন। এওঁ ৰঙামাটিত বাস কৰিছিল। এওঁৰ পুত্ৰ গদাধৰ আৰু নাতি গোবধন ৰাঙামাটিত আংশিক স্বাধীন ভাৱে কমতা ৰজাৰ অধীনত আছিল। কমত খেনবংশী ৰজাৰ উত্তৰ হোৱাত গোবধনে শেষ বয়সত বাঙামাটি ত্যাগ কৰি কামৰূপত স্বাধীন ভাৱে বাস কৰে। গোবৰ্ধনৰ পুত্ৰ নাৰায়ণ ভূঞাৰ সময়ত খেন ৰজা মুছলমানৰ হাতত পৰান্ত হয়, খন ৰাজ্য ভাঙ। সেই সময়ত নাৰায়ণ স্বাধীন হৈ উঠে। কিছুদিন পাচত বিশ্বসিংহ কামৰূপৰ ৰজা হোৱাত নাৰায়ণ ভূঞাৰ লগত ৰা হয়। এই ৰণ ছয় মাহ চলিছিল। শেষত তেওঁৰ লগৰ ভূঞাসকলৰ ওপৰত অবিশ্বাস হোৱাত ভূঞাসকলৰ কিছুমানক তেওঁ বন্দী কৰি ৰাখে; বিশ্বসিংহে এই সুবিধাতে নাৰায়ণ ভূঞাৰ লগত ৰণ কৰি তেওঁক পৰা আৰু নিহত কৰে।* ভোগীৰথ ভুঞানাৰায়ণ গোমঠা মৰাৰ পাচত বিশ্বসিংহে “ভূঞাৰ ছোৱাল চাই বিষয়া পাতিল

  • ৬৯ পৃষ্ঠা ব্য।