পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাষস্থ সমাজৰ ইতিবৃত্ত অৰ্থাৎ অসিৰে ৰাজ্য ৰক্ষা কৰা হয় আৰু মসীৰে স্থাপন কৰা হয়; উভযেই ক্ষত্ৰধৰ্ম বুলি পৃথিবী বিখ্যাত। পাচলৈ কাষস্থক্ষত্ৰিয় লিখক জাতি বুলি কিছুকাল পৰিচিত হয় :-- অথ লেখ্যং ত্ৰিবিধ ৰাজসাক্ষিকং সসাক্ষিকম, অসাক্ষিক, ৰাজাধিকৰণে তন্নিযুক্তকায়স্থকৃতং তদধ্যক্ষকৰচিহ্নিত ৰাজসাক্ষিকম্। বিষ্ণুসংহিতা ৭২ অৰ্থাৎ লেখ্য দলিল তিনিবিং-ৰাজসাক্ষিক, সসাশিক, আৰু অসাগিক। সভাত ৰাজাদাৰা নিযুক্ত কাস্থে লিখা দলিল আৰু সভাৰ অধ্যক্ষৰ হাতৰ চিন থাকা দলিলকেই ৰাজসাক্ষিক দলিল কোৱা যাব। বৃহৎ পৰাশৰ সংহিতাত কি ৰকম লিখক ৰজাই নিযুক্ত কৰিব লাগে লিখিছে :- চী প্ৰজ্ঞাংশ্চধাজ্ঞা বিন্ মুদ্ৰাকৰান্বিত। লেখকানপি কাযস্থান লেখ্য হিতৈষিণঃ 11 RORO অৰ্থাৎ ৰাজাই শুচি, বিজ্ঞ, ধৰ্ড আৰু মুদ্ৰাকন্বিত ব্ৰাহ্মণক আৰু সকলোৰে হিতৈষী কায়স্থ লিখব নিযুক্ত বৰিব। মনুৰ অষ্টম অধ্যাযব ভাষ্যত মেধাতিথিযে কি লিখিছে চাওক:- ৰাজানুগ্ৰহশাসনাকে কাযহস্তলিখিতাবে প্ৰমাণী ভবস্তি। অৰ্থাৎ ৰাজদত্ত ব্ৰহ্মোত্তৰ ভূম্যাদিৰ দলিল কাযন্তে লিখিলেই পেষ্ট হল। It is a noticeable fact that the Sandhivigrahi or minister of peace and war and the secretary were all kayasthas or men of the water caste. Thus not only occurs in the kataka-plates but in grants or inscriptions found in Ceylon and Central India (Indian Antiquarv, vol. 5, page 57,) লিখক যে বায়স্থ নাম গুৰ সেই বিষয় হলাধভট্ট কৃত অভিধান ৰমালাতে। পোৱা নায় :- লেখক: স্যাৎ লিপিবৰ কাষক্ষেৰ জবিক। ("কাষতত্ত্ব বিচ'ৰৰপৰ।” উতৃত।) বেদৰ অপম শাখ' আছে :- বাঘোচ ক্ষবিজাতা: কাষস্থা জগতীতলে। চিত্ৰগুপ্তঃ স্থিত: সৰ্গে বিচিত্ৰে ভূমিমণ্ডলে। (শদ কল্পমত উদ্ধৃত কৰা।) আৎ (ব্ৰহ্মাৰ) বাহুৰপৰা ক্ষত্ৰিয় জাতৰ জন্ম হয়, তেওঁলোকেই পৃথিবী কাষস্থ নামে প্ৰসিদ্ধ। চিত্ৰগুপ্ত বৰ্গ আৰু বিচিত্ৰ পৃথিবীত আছে। পদ্মপুৰাণ পতি'ল গণ্ডত আছে - অনেক ব্যবহাৰস্থ। ক্ষযি: সন্তি ত্ৰ বৈ। তোেমমতা যায়াৎ কায়স্থোহৰ জীবক। চিত্ৰা দাঢ় খেত নবিষ্ণু ৰণো • কক্সীত্বেঃ সমস্ত॥ সেনেব সৃষ্টামং দধাত্যন দিহত্বেপ্ৰতীক। যমো হ জাতো মো নিত্ব ডা: কৰ্ন নাং পতিজনীনাম্॥৪