পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত। ১৮৩৯ সালেৰ ৮ জানুৱাৰীৰ লিখা ফএছলা তবনিমপূৰ্ব্বক হুকুম হইল যে আপিলান্টেৰ (চৰকাৰ বাহাদু) আপিল এহি প্ৰকাৰ ডিক্ৰি হএ যে স্পেশীও ডিওটি মজকুৰ বাহালি দিপ্তা মৌঙাৰ ৩০ পুৰ ও দহনীয়া মৌজাৰ ৭৮ পুৰ। ও বএৰ মৌজায় ১৩১৮ লেছ ও মথুৰাপুৰ মৌজায় ১২০ পুৰ, জমী ও দখলে থাকা ভকত ও খোদ্ৰ মাখিবাহ। মৌজায় ৩২// লেছা মাটী অন্য ২ ধৰ্ম্মতৰেৰ নাম ৰোডন্ট মজকুৰেৰ (গৌৰীনাৰায়ণেৰ জিম্মাএ ৰাখিয়া বাকী মাটী বাজেঅপ্ত ক্ৰমে সৰকাৰেৰ কৰ মোকৰ ও দৰখাস্ত দায়কানেৰ (তাৰাপতিয়া মহলীয়া গ) আপত্য নামঞ্জুৰ কৰা যায় ও দবখাস্ত দায়কানেৰ মোক্তাৰ নামাৰ মত ৮০ টাকা দৰখাস্ত দায়কানেৰ স্থানে পাইবেক ও ৰেপডান্টেৰ মোক্তাৰ তাহাৰ বেতন খোৰ চাকৰ থাকা প্ৰমুক্ত তাহাৰ ফিশেৰ প্ৰতি কোনো আদেশ প্ৰদাৰে আৱশ্যক ৰাখেন। ইতি- (পাশীদস্তকত।) খ্যাতিনাৰায়ণ চৌধাৰী তেওঁৰ পিতৃ vশহীনাৰায়ণৰ পাচত নমাটি পৰগনাৰ চৌধাৰী হয়। এওঁ অকল চৌধাৰী কাম কৰিছিল এনে নহয়। মাখিবাহ। বিদ্যাপিঠৰ এওঁ এজন সুপ্ৰসিদ্ধ বক্তা শিক্ষকো আছিল। বাঘ চিকাৰত এওঁ বৰ পাৰদশী আছিল। গত ১৮৯৩৯৪ চনৰ ৰাইজ মেলৰ এওঁ এজন প্ৰধান নেতা আছিল। সেই সময়তেই এওঁ কামৰূপত অহিংস নীতি প্ৰচলণ কৰি নামডভাগ, নমাটি, বান্ধা আৰু নতুন দেহৰ এই কেই মৌজাৰ শান্তি ৰক্ষা কৰিছিল। শ্ৰীযুত প্ৰসন্ন নাৰায়ণ চৌধাৰীগৰ্গনাৰায়ণ চৌধাৰীৰ ২য় পুৰ; এও শিক্ষিত, উদৰ, অতিথিবৎসল, দয়ালু আৰু ঈশ্বৰভক্ত লোক। বৰ্তমান গুৱাহাটী কাছাৰীত কেৰাণী কাম কৰি জী বকা নিৰ্বাহ কৰে। এওঁ আসাম আৰ্য কায়স্থ সমাজৰ প্ৰথম সম্পাদক আছিল। শ্ৰীযুত বলীনাৰায়ণ চৌধাৰীগৰ্গনাৰায়ণ চৌধাৰীৰ ভায়েক গোপ'নাৰায়ণৰ পুত্ৰ। এই শিক্ষিত, বক্তা, উদাৰ চৰিতৰ পুৰুষ। বৰ্তমানে মাখিবাহাৰ ভিতৰত এই এজন গণ্যমান্য লোক। শ্ৰীহৰি। মাখিবাহাৰ চৌধাৰী বংশ সম্বন্ধে উক্ত শ্ৰীযুত বাৰ্ণে চাহাব মহোদযে যি মন্তব্য প্ৰকাশ কৰিছে তাৰ সাৰাংশ :- Nambarbhag :- The only local family of respecta- bility known to me is that of the Makhibaha choudhuries, the head of which is Gopal Narayan Choudhary. x The family enjoys much local respects. X X X 21 X X X X x X X x - এই বংশৰ উপৰি পুৰুষ গৌৰীনাৰায়ণ চৌধাৰীয়ে তেওঁৰ পিতৃৰ শ্ৰাদ্ধ উপলক্ষে তিনি দিনীয়া সভা দিছিল। কথিত আছে চৌধাৰী ডাঙৰীয়াই তিনিও দিনা সভাৰ সমস্ত ফোককে জলপান আৰু সিধা দিছিল। এই সভা আজি পৰ্য্যও চলি আহিছে আৰু তিনি দিনকৈ বহে। বৰ্তমানে উক্ত চৌধাৰী বংশধৰসকল দুৰ্বল হোৱাত পূৰ্বৰদৰে সভাৰ সমস্ত খৰচ অকলে বহন কৰিব নোৱাৰি ৰাইজৰ সহায়ত সভাৰ খৰচ

  • গত ১৯০৫ চনত গোপাল নাৰায়ণ মাত্ৰ বয়সীয়াল মুৰব্বী আছিল বাকী বিলাক প্ৰায় নাবালক আছিল।