পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। তেওঁক সহায় কৰে। বিশ্বসিংহে তেওঁক ৰায় চৌধাৰী উপাধি দি কামৰূপৰ সেই অঞ্চলৰ শাশন কৰ্তা নিযুক্ত কৰে। বাসুদেৱৰায় শেষ বয়সত ভাগৱতী ধৰ্ম গ্ৰহণ কৰে আৰু বাসুদেৱ বিগ্ৰহ স্থান কৰে। এই বিগ্ৰহ বৰ্তমান সময়লৈকে এই বংশৰ উপাস্য হৈ চলি আহিছে। পৰবৰ্তী কালত যেতিয়া দেশ আহোমৰ হাতক যায়, সেই সময়ত বাসুদেৱৰ বংশধৰসকলে কোচ ৰাজদত্ত ভূমি আহোম ৰাজৰপৰা বাসুদেৱ ৰায়চৌধাৰীৰ নামত পেৰ কাকত কৰি লয়। পেৰা কাকতৰ নকল তলত দিয়া হল- গুৱাহাটীৰ সদৰ মহাফেজখানাত থকা পে কাকতৰ সাৰাংশ :- শ্ৰীৰাম। ১১৩৫ সন। পং নামবডভাগ। ও বাসুদেৱ চৌং সাং মাখিবাহা। পাইক নিং পাং গ্ৰামীং সঙ্গি বামুণ ফকং ভালমাং ১ h n ২॥ আসামি গিৰি সাঠিকুছি জনিয়া ২ গোবৰা মৰিকুচি বালিগাওঁ পিপলিবাৰি ২ ২। ২া ১০ ৭|| ২ ২ ... 9 ভয়। ৬|| ২৯ 8|| দ > মাখিবাহা •••মাখিবাহা ৩৯ ২৪॥ ২০। ২ ... •• খানা ৩ ২॥ নওদলা ২ ২॥