প্ৰাচীন কামৰূপীয় কায়স্থ সমাজৰ ইতিবৃত্ত। ১ম খণ্ড। প্ৰথম অধ্যায়। জাতি- ব্ৰাহ্মণ-ক্ষত্ৰিয। একবৰ্ণম ইদং পৰম বিশ্বম অৰ্স যুধিষ্ঠিৰ। কম। বিশেণে চাকুণ্য প্ৰতিষ্ঠিত। ম"ভাৰত, “প্তি পৰ্ব ৮৮ অধ্যায়। প্ৰাচীন কাল ত পৃথিবী ও এক জাতি আছিল, কৰ্ম যা বিভিন্নতা অনুসৰি পাচত বৰ্ণবিভাগ হয়। এই বৰ্ণবিভাগ হত পোনতে জাতি হা- শুক্লবৰ্ণ আৰু কৃষ্ণবৰ্ণ; এই কাৰণে জাতিক বৰ্ণ বলে। পাচৰ চাৰি জাতি হা- যেনে বাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শৃদ , পৰবৰ্তী কালত আকৌ অলেখ জাতিৰ সৃষ্টি হয়। “চাতুৰ্বণ্যময়। সৃষ্টং গুণকভবাগশ" গীতাৰ্ণ এই মহা বাক্যেও তাকেই সমৰ্থন কৰে। জাতি সম্বন্ধে বেদত আছে- ‘, যজ্ঞং বহষি প্ৰেক্ষিন-পুৰুষং জাতমতঃ। তেন দেবা অস্ত: সাত ঋযযশ্চ যে॥ এই যে সঙ্কল্পৰূপ যজ্ঞ, ইয়াৰপৰা পোনতে পুৰুষ জন্মিল আৰু তাৰপৰা সনক, সনাতন, সনদ আদি সাধ্য আৰু মৰীচি, অত্ৰি, অঙ্গিৰ আদি ঋষি জন্ম লাভ কৰিলে। ইয়াৰ পাচত পুৰুষে লোকৰ সংশয় দূৰ কৰিবলৈ প্ৰশ্নোত্তৰেৰে মীমাংসা কৰি কলে :- মং পুৰুষং ব্যদধুঃ কতিধা ব্যকল্প। মুগং কিমস্ত কৌ বাহু কা উৰ পাদা উচ্যেতে। ১০ উৰ- ব্ৰাহ্মণোহ মুখমাসী বাই ৰান্যঃ কৃতঃ। উৰ তদস্য বদ বৈশ্য পদ্যাং শূদে অজায়ত। ১১ ঋক বেদ ১৯৪
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৩
অৱয়ব