সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রহ্লাদ- উঠিল। কিন্তু, ৰজাই ভাবিলে, কোনোবা দুষ্ট হৰিভক্ত ইহে প্ৰহ্লাদৰ হৰিৰ নাম শিকাইছে। ভাল শিক্ষা পালে হৰিৰ নাম লবলৈ এৰি দিব। তাকে ভাবি সেই দিনা প্ৰহ্লাদৰ একো নকলে; মাথোন বুঝালে, “সোণ, হৰিৰ নাম লগ নাপায় নহয়।” ষণ্ডামার্কক কিন্তু সাৱধান কৰি দিলে যেন প্ৰহ্লাদৰ মুখত আৰু সেই নাম মুশুনে ৷ ষ জ্ঞামাৰ ধুমুহাত কলগছৰ পাত কঁপাদি ইমান বেলি কঁপি আছিল, এতিয়া ৰক্ষা পালে জানি ঘৰমুৱা হ'ল। বাটে বাটে প্রহ্লাদক বুঝাই গ'ল, “হৰি শত্ৰু, হৰি যোৰ শত্রু" । শত্রু, [ ২৮ ]