এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্রলাপ- মুহূৰ্ত্ততে আহি হিৰণ্যাক্ষৰ পেট ভোঁহাৰি পেলালেজি ; হিৰণ্যা- ক্ষৰ গদা উফৰি কৰবাত পৰিল । সি যেনে কাম কৰিলে তোনে ফল পালে । লোকৰ অপকাৰ কৰিবলৈ বিচাৰি ফুৰিলে নিজৰ অপকাৰ নহৈ নোৱাৰে। বাৰু থাকে জানো ? । এই বৰাতেই হৰিৰ তৃতায় অৱতাৰ । দুষ্টৰ দমন অৰু শান্তৰ পালন কৰিবলৈকে হৰি যুগে যুগে অৱতাৰ হয় ! সেই হে পৃথিবাত দুষ্ট মানুহ সৰহ দিন তম্ভিব নোৱাৰে ।