এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- প্রহ্লাদ- শাপ দি পেলালে— ‘তহঁত গৈ পৃথিবীত দৈত্য হৈ জনম ধৰগৈ । দুৱৰা দুটাই এতিয়৷ কৰে কি ? পুণ্যবানৰ কথাতে ' অথলে নাযায়। সিহঁত ভয়ত কঁপিবলৈ ধৰিলে । এনে সমযতে বিষ্ণু ওলাই আহক, কিবা কামত ৷ ওলাই আহি দেখিলে কাণ্ড বৰ ডাঙৰ হৈ উঠিল। তেওঁৰ তল সেই দুৱৰী দুটা । সিহঁতৰ দুৰ্গতি দেখি তেওঁৰ চকুৰ পৰা পানী বৈ গ'ল ; কিন্তু তেওঁ মুনিকেজনক আদৰ সাদৰ কনি বহুবালে। গুণীর গুণ য'তে ত'তে। তাৰ পাচত দুৱৰী দুটাক অভয় দি ক'লে-- 'তোমালোকে ভয় নাগ বা, তোমা লোক মোৰ শত্ৰু হৈ পৃথিবীত তিনি বাৰ জনম ললে, তোমা লোকে আকৌ স্বৰ্গলৈ আহিব পাৰিব৷ মুনিকে জানে তো বৰ লাজ পালে । তেওঁবিলাক জনাবুজ। পাত হৈও ক খালে। তেওঁবিলাকে বিষ্ণুৰ ভৰিত বি কম৷ মাগিল— তেওঁলোকে তেওঁৰ তন্ত্ৰৰ শাপ দি তেওঁক দুখ দিয়া বাবে । এই দুবৰা দুটাৰ এটাৰ নাম আছিল জ, তাক টো নাম আছিল বিজ্য । [ 8 ] '