সমললৈ যাওক

পৃষ্ঠা:প্ৰমোদ লহৰী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(99) মানুহে মামুকে নাম কাঢ়ি মতা প্ৰথা উথি গইছে। পাশ্চাতা সভ্যতাক অনুকৰণ কৰি মানুহৰ জাত ধৰিহে মাতে। এটা ব্যৱসায় অৱলম্বন কৰি সংসাৰত প্ৰবেশ কৰিব! পাৰিলেই কোনো এটা জাতত উথিবা পাৰে আৰু সেই ব্যৱসায়া জাতৰ নামেই মানুহ জনাজাত হৈ উথে। বৰ্ত্তমান জাতিমালা এইদৰে ভাগ হব৷ অভাৰচিয়াৰ, হাকিম, উকিল ইত্যাদি। ধৰিছে —মাষ্টাৰ, কোনো এক জন অন্য এক জনক মাতাত এই জাতৰ নাম ধৰিহে মাতে। সকলো জাতিৰ ঐক্যতা সাধনাৰ ভিত্তি হৈছে বি tional caste বা শিক্ষিত সমাজ। এই শিক্ষিত সমাজৰ ব্যৱহাৰ সকলোৱে জানে। তাক উল্লেখ কৰাৰ একো আৱশ্যক নাই। জাতিমাল, খনৰ আভাস দিয়া হল। ইচ্ছা কৰিলে কোনোৱে ইয়াক গঠন কৰি লিপিবদ্ধ কৰি লবা পাৰে। এই জাতবিলাকৰ চৰকাৰী কাম কৰা সকলৰ ভিতৰত জাতৰ প্ৰাধান্যতা আপোনা আপুনি থিক হৈ আছে। বেচৰকাৰী সকলৰ ভিতৰত প্ৰাধান্যতাৰ একো থিৰ হোৱা নাই। দেখা যাওক কোনে কেন খোপত উঠে। 18001 মোৰ চিকিৎসা। মোৰ পানী লাগি বৰকাত হৈছিল। কাহে৷ কাহ অদ্ভুত কাহ। উথাতে, বহাতে, হাঁহাতে, কথা কৰাতে খাৱা লঙ্কা কৰাতে সকলোতে কেৱল কাহ, কাহ। কতো ঔষধ খালো, কতো ঘুহিলো, সেকিলো, পুৰিলো তথাপি সেমাৰৰ সকাহ