পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাননী

 তলত লিখা কিতাপবিলাক আমাৰ দ্বাৰা প্রকাশিত হৈ নতুনকৈ ওলাল। আমাৰ হাতত বৰ্ত্তমান প্ৰচুৰ পৰিমাণে কিতাপ আছে। অৰ্ডাৰ প্ৰাৰ্থনীয় ।

১।

২।
৩।

৪।
৫।
৬।
৭।
৮।
৯।
১০।
১১।
১২।
১৩।

১৪।
১৫।
১৬।
১৭।
১৮।
১৯।
২০।

সাঁচিপতীয়া আকাৰৰ
 কীৰ্ত্তন পুথি
কীৰ্ত্তন
ঘোষামৃত
(অৰ্থসহ নামঘোষাৰ কিতাপ)
দশম পুথি (জন্ম খণ্ড)
ভক্তি-তত্ত্ব দৰ্পণ
হৰি মন্দিৰ
ভক্তিসাধন
বৈষ্ণৱমালা
বৈষ্ণৱ কীৰ্ত্তন
বৈষ্ণৱ নিত্যকৃত্য
নাম-ঘোষা
মহিলা কীৰ্ত্তন
মহাপুৰুষীয়া ধৰ্ম্ম আৰু
 গুৰুসকল
অৰ্জ্জুন সংবাদ
কাণখোৱা
স্যমস্ত হৰণ
ভীম চৰিত্ৰ
বলিছলন
ধ্ৰুৱ চৰিত্ৰ
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ ছবি


১০.০০
৭.০০

৪.০০
.৩৭
১.৫০
.৮৭
১.২৫
১.২৫
.৬২
১.২৫
.৭৫

.২৫
.২৫
.২৫
.২৫
.৫০
১.৫০
.৭৫
.৯


২১।
২২।
২৩।
২৪।
২৫।
২৬।
২৭।
২৮।
২৯।
৩০।

৩১।
৩২।
৩৩।
৩৪।
৩৫।
৩৬।
৩৭।
৩৮।

৩৯।
৪০।


লক্ষ্মী চৰিত্ৰ
ৰাম বনবাস
সীতা বনবাস
সীতা হৰণ
জ্যোতিষ ৰত্নদৰ্পণ
অদ্ভুত গণনা
বিয়া নাম
আশীৰ্ব্বাদ
ঢোলৰ মালিতা
 বৃহৎ বৈদ্যৰাজ
ধন্বন্তৰী নিদান
বৰকৰতি
মুখভঙ্গা মন্ত্র
বালী বধ
হুচৰী কীৰ্ত্তন
বিহুৱান
কণিকা ( গল্প )
জিলিঙ্গণি ( গল্প )
আলহীঘৰৰ যাত্ৰী
 (উপন্যাস)
সৰ্ব্বব্যাধি মূলমন্ত্র
কালি আৰু আজি


.২৫
.৮৭
.৫০
.৮৭
১.৫০
১.২৫
১.৫০
.৭৫
.৭৫

১.৫০
১.০০
.১৯
.৭৫
.৩৭
.৫০
.৮৭
১.০০

২.০০
.২৫
১.০০

 ওপৰত লিখা কিতাপবোৰ আমাৰ বাহিৰে সস্তাত কোনেও দিব নোৱাৰে। জাননীখনৰ তলৰ ঠিকনা চাই কিতাপ মগায় যেন। কোনো গ্রাহকক অসন্তোষ কৰা আমাৰ নীতি নহয়। পৰীক্ষা প্ৰাৰ্থনীয়। পাইকাৰীক ২৫% টকা কৈ কমিচন দিয়া হয়।

ঠিকনা : ধলৰ সত্ৰ পুথিভঁৰাল,
 পো: খলৰ সত্ৰ, যোৰহাট।