পৃষ্ঠা:পচতি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

জাননী।

 তলত লিখা কিতাপ বোৰ তলত লিখা ঠিকনাত উ** বেচিবলৈ যুগুত আছে। এটকাৰ কিতাপ নিলেও কমি*** ** হয়। এবাৰ পৰীক্ষা কৰি চাওক।

১। লৱ-কুশৰ যুদ্ধ (ভাওনাৰ পুথি )
২। নিম্নপ্ৰাইমেৰী পাঠ ২য় ভাগৰ অৰ্থ পুথি
৩। শ্ৰীৰাম কীৰ্ত্তন ( শিশু ৰামায়ণ )
৪। পৰীক্ষা
৫। সাহিত্য প্ৰবেশ
৬। হৰি প্ৰসঙ্গ
৭। পচতি
৮। উজু মৌখিক
৯। সচিত্ৰ নতুন ধাৰাপাত।
১০। পুৰণি অসমীয়া সাহিত্য “শ্ৰীশ্ৰীচণ্ডী”
১১। দেৱজিত ( যন্ত্ৰস্থ )।
১২। কাল কুঞ্জৰ যুদ্ধ (ঐ)
১৩। চন্দ প্ৰভা (উপন্যাস)
১৪। ভাঙ্গুৰী-কীৰ্ত্তন
১৫। সুতিকা পটল
১৬। নীতি-শ্লোক
১৭। শ্ৰাদ্ধ-পদ্ধতি সংগ্ৰহঃ ১ (পক। বন্ধ। )
১৮। অজামিলোপাখ্যান
১৯। ৰাসলীলা

 ইয়াৰ বাহিৰে সকলো স্কুলীয়া আৰু ধৰ্ম্মপুথি, কাকত, আদি, সকুলোকে পোৱা হয়।

 জি. চি. বৰুৱা, ম্যানেজাৰ কৰুৱা এজেঞ্চি, গুৱাহাটী ডি. ডি. লহকৰ লহকৰপাৰা, আঠঘৰিয়া পোঃ (গুৱাহা
লক্ষ্মীগোপাল এজেঞ্চি—পোঃ অঃ আঠঘৰিয়া, কামৰূপ