পৃষ্ঠা:ন-বোৱাৰী.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

অসমীয়া দাঁতোন।
১৮৯৯ চনত আবিষ্কাৰ।

দাঁত ভালে ৰখা আৰু দাঁতলৰা, আলু বঢ়া,কলা দাঁতবিষোয়া আৰু তেজ পুজ ওলোয়া দাঁতৰ বেমাৰ আৰোগ্যকৰা দাতোন। যোয়া কি এই দাঁতোনে বহুতক উপকাৰ কৰা প্ৰমান পোৱা

মূল্য টেমাত •••
আধা দজন •• ২
দজন ••• •

⸻⸻
ঋতুকল্যান।

মাইকী মানুহৰ মাহিলি ঋতু হোৱাৰ অগত

বা ঋতুৰ সময়ত পেট কামুৰি যি ভয়ানক ক কৰে এই ওষধেই তাক সম্পূৰ্ণ ৰুপে আৰোগ্য মুল্য এটেমাত ১। ০।

⸻⸻
ঋতু প্ৰবৰ্ত্তন।

মাহিলি ঋতু বন্ধ হৈ থাকিলে এই ঔষধ খালে পুনৰ ঋতুহয়। মুল্য এটেমাত ১। ০।
ঠিকনা--
শ্ৰী নাৰায়ণ বৰুৱা,
হোমীওপ্যেথি ডাক্ত

পোঃ অঃ ন-কচাৰি, যোৰহাট