এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ভাই-ককাইৰ ভক্তি-স্নেহ।
বছৰ কটাইছিল বুলি ৰামায়ণত পোৱা যায়। সেই চৈধ্য বছৰ লক্ষ্মণে বৌৱেক সীতাদেবীৰ চৰণত একান্ত মতি
বনবাসত ৰাম, সীতা আৰু লক্ষ্মণ।
ৰাখিছিল। আৰু, তেওঁ ককায়েকক পিতৃ আৰু বৌৱেকক মাতৃ স্বৰূপে মান্য কৰিছিল। সীতাদেবীক ৰাৱণে হৰি