পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অষ্টমঃ পৰিচ্ছেদঃ।

অক্ষৌহিণীকথনং।

অথ অক্ষৌহিণীকথনং,-

একো ৰথো গজশ্চৈকো নৰাঃ পঞ্চপদাতয়ঃ।
ত্ৰয়শ্চ তুৰগাশ্চৈব পত্তিৰিত্যভিধীয়তে॥
পত্তিন্তু ত্ৰিগুণামেতামাহুঃ সেনামুখং বুধাঃ।
ত্ৰীনি সেনামুখানিচ গুল্ম ইত্যভিধীয়তে॥
এয়ো গুল্মা গণো নাম, বাহিনীতু গণাস্ত্ৰয়ঃ।
স্মৃতাস্তিস্ৰস্তু বাহিণ্যঃ পৃতনেতি বিচক্ষণৈঃ॥
চমূস্তু পূতনাস্তিস্ৰশ্চমূতিভ্ৰনীকিনী।
অনীকিনীং দশগুণাং প্ৰাহুৰক্ষৌহিণীং বুধাঃ॥

 ৰথ ১ গজ ১ মানুষ ৫ ঘোঁৰা ৩ আকে পত্তি বোলে। ৰথ ৩ গজ ৩ ঘোঁৰা ৯ মানুস ১৫ আকে সেনামুখ বোলে। ৰথ ৯ গজ ৯ মানুষ ৪৫ ঘোঁৰা ২৭ আকে গুল্ম বোলে। ৰপ ২৭ গজ ২৭ মানুহ ১৩৫ ঘোঁৰা ৮১ আকে গণ বোলে। ৰথ ৮১ গজ ৮১ মানুষ ৪০৫ ঘোঁৰা ২৪৩ আকে বাহিনী বোলে। ৰথ ২৪৩ গজ ২৪৩ মানুহ ১২১৫ ঘোঁৰা ৭২৯ আকে পৃতনা বোলে। ৰথ ৭২৯ গজ ৭২৯ মানুষ ৩৬৪৫ ঘোঁৰা ২১৮৭ আকে চমূ বোলে। ৰথ ২১৮৭ গজ ২১৮৭ মানুষ ১০৯৩৫ ঘোঁৰা ৬৫৬১ আকে অনীকিনী বোলে। ৰথ ২১৮৭০, গজ ২১৮৭০, মানুস ১০৯৩৫০ ঘোঁৰা ৬৫৬১০ আকে অক্ষৌহিণী বোলে।

অথবা-

নাগাযুতং বৈ ত্ৰিগুণো ৰথানাং
লক্ষঞ্চযোধা দশলক্ষবাজী।
পদানুবৃত্ত্যাঃ ষট্‌ত্ৰিংশলক্ষা
অক্ষৌহিণীং তাং কবয়ো বদন্তি॥ ইতি॥