পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নীতিলতাঙ্কুৰ।


শুভদৈবযুক্তস্য প্ৰধানতামহ,-

কুৰবোত্মহিতং মন্ত্ৰং সভায়াং চক্ৰিৰে মিথঃ।
দুৰ্যোধনবিনাশায় ভাগ্যহীনপুৰঃসৰাঃ॥

 —প্ৰয়োগৰত্নমালাধৃতমহাভাৰতবচনম্।

 অস্য়াৰ্থ:- কুৰুসকলে আপোনাৰ হিতমন্ত্ৰণাক ৰহস্য কৰি কৰিলে। সেই মন্ত্ৰণাত অশুভ দৈবযুক্ত কৰ্ণ শকুনি দুৰ্য্যোধনাদি যি হেতু প্ৰধানতা হল এতেকে। সেই মন্ত্ৰণা এ আপোনাকে বিনাশ কৰিলে। এতেকে শুভকালত শুভযুক্ত পুৰুষক প্ৰধান কৰিব। কাৰ্য্যৰ দ্বাৰা এ শুভ অশুভ বুজিব।

 মন্ত্ৰভেদদোযমাহ,-

মন্ত্ৰভেদেইপি যে দোষঃ প্ৰভবন্তি মহীক্ষিতাং
নতৎশক্যং সমাধাতুমিতি নীতিবিদাং মতং।

 অস্য়াৰ্থ: -ৰাজাৰ মন্ত্ৰ ছেদ হলে যে দোষ হয় বৰ্ষশত ব্যাপাৰৰ দ্বাৰাও সই দেষক নষ্ট কৰিবলৈ সমৰ্থ নোহে। এতেকে যত্ন কৰি ভেদ নহয় হেনকৈ ৰাখিব।

 উপায়েন সৰ্ব্বং সাধ্য়তে,-

ন ক্কচিৎ কিঞ্চিদস্তাহ বস্তুসাধ্যং বিপশ্চিতাং
অয়ঃখণ্ডমুপায়েন দ্ৰবতামুপনীয়তে।

 অস্যাৰ্থ:- উপায়ৰ দ্বাৰাএ পুৰুষে অয়: খণ্ডকে' দ্ৰবতা কৰে, এতেকে সংসাৰত বুদ্ধিৰ অসাধ্য বস্তু কিছু নাই।

 তদপিষত্নাদেব সিধ্য়তি,-

ৰজ্যমানময়ঃখং ন তৃণানি নিকৃন্ততি
তদন্য়মপি ধাৰাবৎ ভবতাপ্সিতসিদ্ধয়ে।

 যিমত খড্ গৰ ফাফৰ মামৰাদিক দূৰ কৰি অনেক ৰঞ্জন কৰে তথাপি সেই খড্ গৰে তৃণকো ছেদ নকৰে। যদি সেই খড্ গকে উপায়ৰ দ্বাৰায় সুতীক্ষ্ণ ধাৰাৱন্ত কৰে বাঞ্চা কৰি যাকে কাটিব খোজে তাকে কাটিব পাৰে।