সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীতি কথা মই বিল্বেশ্বৰৰ পৰা আহিলো, আপোনাৰ মুখেৰে কিছু জ্ঞানৰ কথা শুনিম বুলি। বাৰু আপুনি ভগবানক দেখিছে হয় মই দেখিছো কেতিয়া, আৰু ক’ত? যেতিয়া মোৰ বয়স ৪৫ বছৰ তেতিয়ালৈ দেখিছো ল'ৰালিকালৰ পৰা। কি ক'লে আপুনি ভগৱানক দেখিছে হয়, মই দেখিছো কেতিয়া আৰু ক'ত? যেতিয়া মোৰ বয়স ৪৫ বছৰ তেতিয়ালৈ দেখিছো ল'ৰালি কালৰ পৰা। কি ক'লে আপুনি ভগৱানক দেখিছে হয়, মই দেখিছো আপুনি কাক ভগৱান বুলি ভাবিছে মই মোৰ জন্মদাতা পিতৃ-মাতৃক মোৰ ভগৱান বুলি ম‍ই ভাবো। আপোনাৰ ভুল ধাৰণা, আপোনাক জন্ম দি পিতৃ-মাতৃকো জন্ম দিয়া এজন আছে মই সেই পৰমপিতাৰ কথা ক'ব খুজিছো হ'ব পাৰে মই দেখা নাই। কেনেকৈ দেখিব তেওঁ নিৰাকাৰ পৰম ব্ৰহ্ম। তেওঁক আপুনি ক’থ দেখিব। আপুনি মুৰ্ত্তি পূজা কৰে? যি সকলে মুৰ্ত্তি পূজা কৰে সেইসকলে পৰমপিতাক উপলব্ধি কৰোতে অলপ পলম হয়।