পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঐশঙ্কৰ মহাভাগৱত পৰম বান্ধৱ | ঈশ্বৰ মাধৱ | তা নকৰিয়ো হেলা। তান্তে দিয়া মন অথিৰ জীৱন | কৈক যাই কোন বেলা॥২৫৭ বিষয় নিকাৰ পায়া বাৰৰ তথাপি নছাৰে ধান্ধা। কৃষ্ণ গুণ যশ | পৰম সৰ্বস জানি সবে গলে বান্ধা। দুৰ্ঘোৰ সংসাৰ | আত নাহি পাৰ স্মৰিয়ো হৰিৰ নাম। ছাৰিয়া সপন | ধৰিয়ো চেতন ডাকি বোলা ৰাম ৰাম॥২৫৮ মিল বদতি ৰাজা শুনা অনন্তৰ কামদেৱ আদি যত ইন্দ্ৰ অনুচৰ। এহি মতে স্তুতি যেবে কন্তে আছয়। শুনা তাসম্বাৰ যেন মিলিলা বিস্ময়॥২৫৯ গুণ মনত কৃপাময় দেৱ হৰি। ৰূপৰ দৰ্পত ইটো যত অপেশ্বৰী।