এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
(৬৯)
তথাপিতো কৰি ক্ষয় সমস্তে পাপক।
সংসাৰ নিস্তৰি সবে গৈল বৈকুণ্ঠক॥৩৩৩।।
শত্ৰু ভাৱে পাইলে গতি ৰাজাগণ যত।
যাৰা সব পৰম উত্তম ভাগৱত।।
কত ভকতি মাত্ৰ কন্ত সাক্ষাত।
তাৰ পাইৰে গতি কোন সংশয় ই ও
এতেকে নিয়ে তাক কহহ বশত
কিৰা কাৰ্য্য যোগম শাস্ত্ৰ বিতৰত।
অনেক তীবত কিবা আছে প্ৰয়ান।
নাপোনাৰ মুকুতিক যদি আহে মন॥
গোবিন্দ গোবিন্দ মুখে কৰিয়ে কাণ্ড।
এবিমানে মাত্ৰ মহা মোক্ষৰ সাধন।
পূৰ্ব জনমৰ আহে পাপ যত যত।
যতেক পাতায় সিদয় সাই।
ভবিষ্যত কালে যত পাপ হইবে।
গোবিন্দ কীৰ্তন বড় হয় সাক্ষাত
যত পাপ গণ দিকে এক তৰুণে।
উলয় ৰত পাপ অগম্য গমনে
ইসব এক্ষে মত পাপ নিৰাৰে।
গোবি কীৰ্তন বন্নি সবে ভ কৰে।
মষ সোত সিৰি মাখব।
পৰম কৰ্ণ সিসি মনুষ্য মা