পৃষ্ঠা:নাম-মালিতা.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদি কৰি নাম কবিতা। হে ম মালিক। চিন গ্ৰহলাৰ।৭১। আৰু যিটো জনে কণ্ঠ ভুষণ কয়। সিনৰ নাহি আৰ কদাচিতো ভয়। হৰি নান মালিকা ৰচিল মহাজনে ইটো মালা যৰ কণ্ঠে শোভে সৰ্বক্ষণ। • সিটো সংসাৰত আৰ মৰি পায়। গুচয় সমন্তে ক্লশ কত কে'বয়। যেহেন বণিয়াগণে অনেক যতনে গাঢ়য় বিচিত্ৰ মালা সুৱনে বতনে। ৫৮১। সেহিমতে অনেক গ্ৰন্থক মানে বিচাৰি আনিল সাৰ অনেক যতনে গ্ৰন্থনা নাম মাল। অতি সুবচিত্ৰ। সমৰে মোক দাতা পৰম পবিত্ৰ। ৫৮২ ইটো নাম মালিক। পুস্তক বুদ্ধ জন সদ। পাঠ বিচাৰ কবিয়ে ও মন। মন্ত পুযোত্তম দেৱ গ পতি। পৰম মই অতিশয় শুদ্ধ মত। ৮। তাহান সংগ্ৰ ইটো অতি মনোগত। হৰি নাম মালিকা সম্পুণে সমাপ। এনা সভা দুঃখ হোক উপম। পৰম হৰিযে কি বোলা ৰাম আমি। $.: