পৃষ্ঠা:নাম-মালিতা.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নয্য মধ্য যাৰাসৰ সৰ্বোত্তৰ। মোৰ ৰাম নাম পদ অতি মনেম ৫২৪ নিৰন্তৰে গ্ৰণ ৰন্তে কি ভাৱে। বুদ্ধিত সাক্ষাত তাৰ মোক লগ পাঝে। মোক দেখি ম হৰিষৰ নাহি পৰি। সৰ্ব অঙ্গ পুলকিত হোৱে সম্বৰ। ৫২৫। আমাত পৰম প্ৰেম মিলে অতিশয়। নিৰ্মল আনন্দ সুপ সক পিৱয়। ভকতিৰ মোক্ষ ফল কৈলো মনোৰ। আৰু উন তা যেন পাৱে ফলাৰ দুৰ্ঘোৰ সংহাৰ ইটো পৰম গুৰু। পুত্ৰ ভাষা আদি গ্ৰাহে ক্ষত্ৰ নিৰন্তৰ। নানা বিধ তৃষ্ণা মহাজলে আছে ভৰি মেৰ ভক্ত সবে ইটো সমু নিৰি। ৫২৭ মোটে পুনু হোৱে তাৰ প্ৰবেশ সাক্ষাত। নাম কীৰ্তনৰ ফল কহিলে। তোহ্মাত। কৰ বচনে কওি নামৰ মহত। কহে আৰু ৰাম ভবতাদি সবাদত।২৮। ইটো পৃথিবীত কত নাহি উপায়। উপ িউপজি কত নতুবা মৰয়। তাৰ মাজত যাৰা সৰ বুদ্ধিম। নাম মাত্ৰ কাৰ্বন কৰ।২৯।