পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰকাশকৰ কথা।


 এই নল দময়ন্তীৰ-চৰিত্ৰ পুথিখনী ডিব্ৰুগড় নিবাসী শ্ৰীযুক্ত পূৰ্ণকান্ত শৰ্ম্মা ডাঙ্গৰীয়াৰ লেখনী প্ৰসূত।

 আমি উক্ত মহাত্মাৰ আদেশ ক্ৰমে এই পুথিৰ এটা তাঙ্গৰণ মাত্ৰ প্ৰকাশ কৰিবলৈ আগ বাঢ়িলোঁ। পুথিৰ সমুদায় স্বত্ব গ্ৰন্থ কৰ্ত্তাৰেই থাকিল।


যোৰহাট,
গবৰ্ণমেণ্ট মডেল স্কুল,
শঁক ১৮২৮ কাৰ্ত্তিক।
শ্ৰীশিবনাথ ভট্টাচাৰ্য্য
হেড পণ্ডিত।