পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তলত নাম লিখা পুথি বিলাক আমাৰ নিজ দোকান ডিব্ৰুগড় ভট্টাচাৰ্য্য এজেন্সীত পাব অথবা আমাৰ বৰ্ত্তমান থকা ঠাই যোৰহাট বুলি লিখিলেও পাব।

সৰব জান ••• ••• ॥৹
বব্ৰুবাহ পৰ্ব্ব ••• ••• ॥৹
নল-দময়ন্তী চৰিত্ৰ ••• ••• ॥৹
কৰ্ণ পৰ্ব্ব ••• ••• ॥৹
কুমাৰ হৰণ ••• ••• ॥৹
নাম ঘোষা ••• ••• ॥৹
বলীছলন ••• ••• ॥৹

 এই ৰকম সকলো পুথি আমাৰ হাতত আছে, যাকে যিহকে লাগে লিখিলেই পাব সন্দেহ নাই। অধিক পুথি একেবাৰে নিলে কিছু এৰিও দিব পাৰি। তলত লিখা দুটা ঠিকনাৰ যেই সেই এটা ঠিকনালৈ পত্ৰ দিলেই পাব।


 (১) শ্ৰীশিবনাথ ভট্টাচাৰ্য্য ৰিহাবাৰী ডাকঘৰ।

 (২) শ্ৰীশিৱনাথ ভট্টাচাৰ্য্য যোৰহাট ডাকঘৰ।