পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
 

৭৬ সাতত ছয়ে ছয়সত্তৰ তিনিকুৰি ষোল্ল সাত দহ ছয়।
৭৭ সাতত সাতে সাতসত্তৰ তিনিকুৰি সোতৰ সাত দহ সাত
৭৮ সাতত আঠে আঠসত্তৰ তিনিকুৰি ওঠৰ সাত দহ আঠ।
৭৯ সাতত ন ঊনাশী তিনিকুৰি ঊনৈশ সাত দহ ন।
৮০ আঠত শূণ্যে আশীয়ে চাৰিকুৰি আঠ দহ।
৮১ আঠত একে একাশী চাৰিকুৰি এক আঠ দহ এক।
৮২ আঠত দুই বিৰাশী চাৰি কুৰি দুই আঠ দহ দুই।
৮৩ আঠত তিনি তিৰাশী চাৰিকুৰি তিনি আঠ দহ তিনি।
৮৪ আঠত চাৰি চৌৰাশী চাৰিকুৰি চাৰি আঠ দহ চাৰি।
৮৫ আঠত পাঁচে পঁচাশী চাৰিকুৰি পাঁচ আঠ দহ পাঁচ।
৮৬ আঠত ছয়ে ছিয়াশী চাৰিকুৰি ছয় আঠ দহ ছয়।
৮৭ আঠত সাতে সাতাশী চাৰিকুৰি সাত আঠ দহ সাত।
৮৮ আঠত আঠে আঠাশী চাৰিকুৰি আঠ আঠ দহ আঠ।
৮৯ আঠত নয়ে ঊনানব্বৈ চাৰিকুৰি ন আঠ দহ ন।
৯০ নত শূণ্যে নব্বৈয়ে চাৰিকুৰি দহ ন দহ।
৯১ নত একে একানব্বৈ চাৰিকুৰি এঘাৰ ন দহ এক।
৯২ নত দুই বিৰান্নব্বৈ চাৰিকুৰি বাৰ ন দহ দুই।
৯৩ নত তিনি তিৰান্নব্বৈ চাৰিকুৰি তেৰ ন দহ তিনি |
৯৪ নত চাৰি চৌৰান্নব্বৈ চাৰিকুৰি চৈধ্য ন দহ চাৰি।
৯৫ নত পাঁচে পচান্নব্বৈ চাৰিকুৰি পোন্ধৰ ন দহ পাঁচ।
৯৬ নত ছয়ে ছিয়ান্নব্বৈ চাৰিকুৰি ষোল্ল ন দহ ছয়।
৯৭ নত সাতে সাতান্নব্বৈ চাৰিকুৰি সোতৰ ন দহ সাত।
৯৮ নত আঠে আঠান্নব্বৈ চাৰিকুৰি ওঠৰ ন দহ আঠ।
৯৯ নত নয়ে নিৰান্নব্বৈ চাৰিকুৰি উনৈশ ন দহ ন।
১০০ দহৰ শূণ্যে শয়ে এশ পাঁচকুৰি দহ দহ।