পৃষ্ঠা:নক্সা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অঙ্কন

নক্সা-মন্দিৰ বিশ্ব সংসাৰ
নক্সা-খনিকৰ বিশ্বেশ্বৰ।
নক্সা আজি সকলো আমি
নক্সা সাজিছোঁ সি হাতৰ!
নক্সায় নক্সায় আহিছোঁ গৈছোঁ
নক্সাৰ কোনে পায় হিচাব পৰ
নক্সাৰ ভাবে নক্সা ধৰি
নক্সা⸺ওলাল সমাজৰ!!

৺মাধৱ লাইব্ৰেৰী
হাজো ১২।২।২৩
বিশ্বাসী