পৃষ্ঠা:ধৰম গিত.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰম গিত।




Study of the Scriptures. Psalm 1.
Warren. 7.

ধৰম সাস্ত্ৰত জাৰ চিন্তন,
দিনে ৰাতি ৰাখে মন,
তাতে জাৰ আনন্দ সদাই,
ইস্বৰৰ আসিৰ্বাদ পাই।

দুষ্টে সৈতে আলচ নাই,
অনিয়াই লোকৰ পথ নে জাই,
এৰে নিন্দকৰ আলাপ,
কৰে দুৰ সকলো পাপ।

জি গচ থাকে নদিৰ পাৰ,
গুটি পাত নু সুকাই তাৰ,
সেই গচ জেনে ফলৱন্ত,
ধাৰ্মিক তেনে সুখৱন্ত।