পৃষ্ঠা:ধৰম গিত.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
য়িচু ত্ৰান কৰ্তা।

৩৫

Salvation through Christ.
Romaine. 8, 5.

পৰিখাৰে ফান্দত পৰি
 নৰৰ কি নিস্তাৰ?
তাৰিবলৈ আহিল ধৰি
 য়িচু অৱতাৰ।

ৰাখিলে তেঁওৰ চৰনত মতি
 কৰিব নিচই;
পাবা স্বৰগৰ সুভ গতি
 পাপক কৰি জই।

কৰা, কৰা, হে আমাৰ মন,
 খ্ৰিষ্টকে আস্ৰই;
তেঁৱে দিব অন্তৰ জিবুন,
 জাৰ ন হব খই।

য়িচু প্ৰভু মুক্তি দাতা
 নামত খেমা পাই;
খ্ৰিষ্ট বিনে উধাৰ কৰ্তা
 কতো উপাই নাই।  ব. দ.