সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাদুৰি বাৰ্কৰ চাহাবৰ বিবৰন।

~~~~~~~~~~~~~

 আমাৰ প্ৰভু য়িচু খ্ৰিষ্টৰ সেৱক চাইৰচ বাৰ্কৰ পাদুৰি চাহাব এই অচম দেসত দহ বচৰ মান খ্ৰিষ্টিয়ান মিস্যনেৰি অচিল। ১৮৩৯ সঁকত আপোনাৰ জনম ভুমি আমে- ৰিকা দেস, অৰু মাক বাপেক, মিতিৰ কুটুম, বংস পৰিয়াল সকলোকে এৰি, প্ৰভু য়িচুৰ সুভ বাত্ৰা কিৰ্তন কৰিবলৈ জাহাজত উঠি পাৰ হৈ আহিল। ইয়াৰ আগেয়েও দুই তিনি জন মিস্যনেৰি পাদুৰি চাহাব আহি- চিল; সিবিলাকৰ লিখা পত্ৰৰ দোআৰাই এই অচম দেশৰ মানুহ কেনে দেওপুজক আৰু মন এন্ধাৰমই হৈচিল; সিবিলাকে জি ৰুপে আপোনাৰ হাতে সজা মাটিৰ বা সি- লৰ, বা কাঠ, তাম, পিতলৰ মুৰ্তি কৰি, হাত,