এই দেসৰো লোক অনেকে পোআ নাই মুক্তিৰ উপাই, নু সুনিলেও সুভ বাত্ৰা ভ্ৰমে সংসাৰৰ চিন্তাই; দায়াল য়িচু, মুক্তিৰ পহৰ দিয়োক দেখাই। এনে মুক্তি ৰুপ জিৱনে জদি হেলা কৰিম মই, তেন্তে মহা বিচাৰ দিনে কোন জনত ধৰিম আস্ৰই? সকলোতকৈ মইহে দুসি হম নিচই।
॥ ইতি ॥