সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭

দিন লিখা পৰ্হা সিকিচে, তথাপি পাৰ্হবৰ সময়ত মোতকৈ কমলাই কিয় অতি সুন্দৰ ৰূপে পৰ্হিব পাৰিলে? আগেয়ে মই বুজিচিলো, জে তাইতকৈ লিখা পৰ্হা মইহে ভাল ৰুপে জানোঁ।

 মা। হই আই, তেন্তে কমলাই সৈতে তোমাৰ কিবা খিয়লা খিয়লি হৈচিল নে?

 জি। হই আই, হৈচিল।

 মা। আইটি, তোমাক এটা কথা সোধো, জদি খিয়লা খিয়লি হৈ থাকা, সেইটো পাপ ন হই নে?

 জি। আই, অৱস্যে সেইটো পাপ হই, ইস্বৰে মোৰ সেই পাপ খেমা কৰোক; আৰু আকও জেন এনে পাপে মোৰ মনত ঠাই নে পাই, ইস্বৰে মোক এনে অনুগ্ৰহ কৰোক।

 মা। আইটি, তুমি ভাল বুজিচা, দেখা আপুনি বেগতে সিকি বুজি তাইতকৈ অধিক গিয়ান জেনে ৰুপে হই, তেনে কৰিলে তোমাৰ মনৰ সেই হিংসা আৰু নে থাকে, তাতে তোমাৰ মঙ্গল হব। কিন্তু জদি লোকৰ ভাল দে-

খ ৪