পৃষ্ঠা:ধৰম গিত.djvu/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫

ৰুপ দি তোমাৰ ওচৰলৈ মাতি আনোঁ; সেই লৰা কেইটাৰ উপকাৰ কৰিলে ইস্বৰ সন্তোস হব।

 মা। হই আইটি, ভাল বুজিচা, কিয়নো লোকৰ উপকাৰ কৰিবলৈ ইস্বৰৰ আগ্যা আচে, এই হেতুকে সেই আগ্যা মানিলে তেঁও তুষ্ট হব; আৰু সেই আগ্যা মনাটো বৰ টান ন হই, সিও তোমাৰ আনন্দহে; দেখা, জাক উপকাৰ কৰা তাৰো হিত হই, আৰু জি উপকাৰ কৰে, সিও ইস্বৰৰ আসিৰ্বাদ পাই, দুইৰো ভাল।

খ ৩