পৃষ্ঠা:ধৰম গিত.djvu/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩

দসম কথোপকথন।

দৰিদ্ৰক উপকাৰ কৰাৰ বিসই।

We should belp the Needy.

 মা। হে মোৰ দেহ লাউ, আঁহা, এতিয়া আমি গুৰুদাসিৰ ঘৰলৈ জাঁও।

 জি। বাৰু, গৈচোঁ আই, বলা।

 মা। হে আইটি দেখাচোন, এই তিৰোতা জনিএ বাটত বহি কান্দি আচে; দেখা দেখা, কিয় কান্দিচে, সোধাগৈ, তাইৰ কোনোবা মৰিচে হবলা।

 জি। আই, কথা স্বৰুপ হই, মই সুধিলত পাচে তাই কলে, মোৰ স্বামি মৰিল, আৰু আই, মোৰ এই লৰাবিলাকক কোনে প্ৰতিপাল কৰিব, স্বামিটিও মৰিল আৰু মোৰ কেও নাই, মই অনাথ হলোঁ।

 মা। হাই হাই, এঁওৰ স্বামি মৰিল, তেন্তে

খ ২