পৃষ্ঠা:ধৰম গিত.djvu/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সষ্ট কথোপকথন।

পৰিত্ৰান পাবৰ উপাই।

Way of Salvation.

 মা। হে মোৰ চেনেহৰ আইটি, কোআচোন, পাপৰ আৰু নৰকৰ পৰা কোনে উধাৰ কৰিব পাৰে?

 জি। প্ৰভু য়িচু খ্ৰিষ্টে উধাৰ কৰিব পাৰে

 মা। আমাক উধাৰ কৰিবলৈ তেঁও কি। কৰম কৰিচিলে?

 জি। স্বৰগ এৰি প্ৰিথিবিলৈ আহি, মানুহ জনম ধৰিচিল।