পৃষ্ঠা:ধৰম গিত.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুতিয় কথোপকথন

কাক প্ৰেম কৰিব লগা?

Whom ought we to love?

 মা। কোআচোন আইটি, পৰ্হা সালিত জি জি সিকিচা, মনত আচে নে?

 জি। হই আই, মনত কিয় নে থাকিব?

 মা। বাৰু, কোৱাচোন, কাক বৰকৈ প্ৰেম কৰিব লাগে?

 জি। ইস্বৰক বৰ প্ৰেম কৰিব লাগে।

 মা। আৰু কাক কাক প্ৰেম কৰিব লাগে?

 জি। মাক বাপেকক কৰিব লাগে।

 মা। আৰু কাকো প্ৰেম কৰিব নে লাগে নে?

 জি। সকলোকে প্ৰেম কৰিব লাগে।