পৃষ্ঠা:ধৰম গিত.djvu/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৯

পাল পাতিহে লৰাৰ ওচৰতে সদাই আচিল, আৰু সিবিলাকৰ দুইৰ মাজৰ এজনে সেই লৰাৰ ওচৰৰ পৰা উঠি গলে, সি জন তাৰ ওচৰৰ সেই ঠাইতে বহেহি।

 বেৰন চাহাব ডেকা আৰু মান্যৱন্ত হৈও, এই দৰে এটা পিত্ৰি হিন নৰিয়া লৰাৰ ওচৰত বহি, তাৰ ইমান উপকাৰ কৰিছিল। তেঁও কেতিয়াবা কেতিয়াবা লৰাক দৰব আৰু নৰিয়াক খুআব লগা আহাৰো খুআইচিল, অৰু কোনো কোনো সময়ত ধৰম পুথিও তাৰ অগিত পৰ্হিচিল, কিয়নো তেঁও ইস্বৰৰ সু- সেৱক আচিল।