পৃষ্ঠা:ধৰম গিত.djvu/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৭

অৰ্থাত বচিক খ্ৰিষ্টিয়ান ধৰম সিকাবলৈ কাৰ্বাৰ কৰা, সেয়ে হেনৰিৰ মনত পৰিল। কিন্তু এই কৰম আৰম্ভন কৰিবলৈ সি ভাল ৰুপে নে জানিচিল, আৰু বেহেৰাই অগিয়ানৰ দৰে অচেতন অনৰ্থক মুৰ্তি পুজা কৰিবলৈ বৰ ইচা, তাৰ গুৰুৰ খঙ্গলৈকো বৰ তই কৰিচিল; ইয়াকে ভাবি হেনৰিএও জানিলে তাৰ মন কেৱল ইস্ব- ৰৰ সক্তিয়েহে পালটাব পাৰে, কিয়নো কোনো মানুহে ইস্বৰৰ পৰা উপকাৰ নে পালে, তেঁওৰ ওচৰলৈ আহিব নোআৰে। হেনৰিএ এই কথা ভালকৈ বুজিলে, কিন্তু জি উপায়েৰে আমি আপোনাৰ ওচৰ চুবুৰিয়াবিলাকক তেঁওৰ ওচৰলৈ আনিব পাৰোঁ, সেই সকলো উপাই ইস্বৰে থাপন কৰিচে; আমি ভক্তি কৰি আৰু নম্ৰ মন ৰাখি, এই সকলো উপায়েৰে কাৰ্বাৰ কৰা আমাৰ উচিত; অৰুি ইস্বৰে জেন আসিৰ্বাদ দি, সেই সকলো কাৰ্বাৰ ফলৱন্ত কৰে, এই কাৰনে প্ৰাৰ্থনা কৰাও উচিত।

 পাচে হেনএি প্ৰাৰ্থনাৰে এই কৰম আৰম্ভন কৰিলে; সি অলপ বেলি ভাবি এই