পৃষ্ঠা:ধৰম গিত.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩

বোলে, ই কেনে ইস্বৰ? ই আপোনাকে ৰাখিব নোআৰিলে, তেন্তে তোমাক কেনেকৈ ৰাখিব? তাক মাতা, আৰু উঠিবলৈ কোআ; তুমি দেখিচা সি লৰিব নোআৰে; মেমৰ কথা স্বৰুপ বুলি সেই সৰু লৰাই তেতিয়াৰে পৰা জানিলে।

~~~~~~

৩ আধ্যা।

 ইয়াৰ পাচত কথা বাত্ৰাতে সেই মেমে হেনৰিক ইস্বৰৰ গুনৰ কথা কৈ তাক সিখ্যা দি কলে, ইস্বৰ আত্মা হই, সকলোতে বিয়াপি আচে, আৰু সৰ্বসক্তিমন্ত, সকলোকে দেখিব সুনিব পাৰে, আৰু তেঁও আমাৰ মনৰ সকলো গুপুত ভাবনাকো জানে; জি ভাল তাকে তেঁও প্ৰেম কৰে, কিন্তু জি বেয়া তাক তেঁও ঘিন