পৃষ্ঠা:ধৰম গিত.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
বন্ধু বিলাকৰ দৰ্সন।

১৫৯

Meeting of Friends.
Greenville. 8, 7.

অনেক দিনৰ মুৰত আহি
 আমাৰ প্ৰিয় বন্ধুগন,
আনন্দেৰে ফুৰি আহিল,
 এতিয়া পালোঁ দৰসন।

প্ৰভু ক্ৰিপা কৰি আনি,
 আকও পাই আপোনাৰ ঠাই;
একো ন কৰিলে হানি,
 কি নো প্ৰভু দায়ামই!

এই নিমিতে প্ৰভু আমি
 স্তুতি কৰোঁ আপোনাক;
তুমি প্ৰভু অন্তৰ্জামি
 ৰাখা সৰ্বকাল আমাক।

প্ৰভু আমাৰ একে মতি
 কৰা, য়িচু দায়ামই;
ধন্য বাদে কৰিম স্তুতি
 খ্ৰিষ্টৰ নামত অতিসই।  ব. দ.