পৃষ্ঠা:ধৰম গিত.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
বিস্ৰাম বাৰ।

১৫৬

Day of Christ's Resurrection.
Northfield. C. M.

তিনি দিনৰ মুৰত প্ৰভু
 জিনি দোৰ্ঘোৰ মৰন,
উঠি অপোন মহিমাৰে
 সিস্যক দিলে দৰ্সন।

পাচে প্ৰভু প্ৰিয় লোকক
 কলে প্ৰেমৰ বচন,
আজিৰ পৰা তোমোলাকৰ
 অপৰাধ হল মোচন।

কিন্তু অতি প্ৰেমৰ ভাৱে
 মোত কৰা মুক্তিৰ আস,
তাতে পৰম আত্মাক পাঁচি
 কৰিম তোমাত নিবাস।

ইয়াৰ কাৰন তোমোলাকে
 কৰি নিসংসই মন,
দেসে দেসে ফুৰি সুভ
 বাত্ৰা কৰা কিৰ্তন।