পৃষ্ঠা:ধৰম গিত.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
বিস্ৰাম বাৰ।

১৫৪

The Christian Sabbath.
Northfield. C. M.

আজিৰ দিনত আমাৰ প্ৰভু
 জিনি দোৰ্ঘোৰ মৰন,
আপোন প্ৰিয় ভকত লোকক
 উঠি দিলে দৰ্সন।

ইয়াৰ কাৰন সকল লোকে
 এৰি জগতৰ কাম,
প্ৰথম দিনক প্ৰভুৰ বুলি
 কৰি থাকে বিস্ৰাম।

আৰু আচে এনে বিধি
 বচন ধৰম সাস্ত্ৰত,
কৰি চ দিন সংসাৰি কাম
 জিৰাওক সপ্তম বাৰত।

জানি জত্নে ইস্বৰ আগ্যা
 মানা সিৰে ধৰি,
প্ৰভুৰ দিনক বিস্ৰাম বুলি
 থাকা মান্য কৰি।  ন: ল,