পৃষ্ঠা:ধৰম গিত.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
স্বৰগৰ সুখ।

১৩৪

Happiness of Heaver.
Pisgah, St. Ann's. C. M.

জি আচে এৰা সংসাৰত,
 ভজা খ্ৰিষ্টৰ চৰন;
পাচে জাবা স্বৰ্গৰ ঠাইলৈ,
 জতে ন হই মৰন।

স্বৰগৰ ৰাজ্য পবিত্ৰমই,
 সদাই আনন্দৰ থান,
দুখ নাই, সুখ অনন্ত অখই,
 ধৰ্মেৰেহে নিৰ্মান।

তাতে ইস্বৰ য়িচু খ্ৰিষ্ট,
 আৰু পবিত্ৰ দুত,
ধৰমি মানুহ হই তুষ্ট,
 প্ৰেম সদাই হই মনত।

তাত নাই মিচা অধৰমি,
  অৰুি পাতকি জন,
নাই দুষ্ট, নাই কুকৰমি,
 সুখৰ এনে ভুবন।