পৃষ্ঠা:ধৰম গিত.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
পাপিক উদগোআ।

১০৩

Sinners invited to Christ.
Warren. 7.

সুনা সকল জগত নৰ,
বাত্ৰা মহা আনন্দৰ;
প্ৰভু য়িচুৰ আপোন প্ৰান
দি কৰিচে পাপিক ত্ৰান।

স্বৰ্গৰ অতি সুখৰ ঠাই
এৰি ললে মানুহ কাই;
নানা দুথে প্ৰিথিবিত
চিন্তিচিলে পাপিৰ হিত।

পাচে প্ৰভু প্ৰেম আধাৰ
ললে আমাৰ পাপৰ ভাৰ,
সেসে ভুঞ্জি অপমান,
চাৰি পেৰেঙ্গ কাঠত প্ৰান।

আঁহা সবে ধৰোঁ গান,
তেঁওতহে আমাৰ পৰিত্ৰান;
একে মনে একে স্বৰ,
স্তুতি কৰোঁ নিৰন্তৰ।  ন. ল.