পৃষ্ঠা:ধৰম গিত.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
স্বৰগলৈ জাত্ৰা কৰা।

সৰু জাক জই কৰা, পাম
খ্ৰিষ্টৰ ওচৰত বিস্ৰাম;
তাতে ৰাজ্যো প্ৰতিফল,
তাত জুগুত অসিন নিৰ্মল।

খোজ দি থিৰ হৈ থাকা ভাই,
আপোন সিমাৰ সুখৰ ঠাই;
য়িচু পিত্ৰিৰ পুত্ৰ হই,
জাত্ৰা কৰা নিসংসই।

জেতিয়া হবা য়ৰ্দান পাৰ
দেখি কিনান চমত্‌কাৰ;
পাবা খ্ৰিষ্টক তাত দৰ্সন,
জি জন কৰে পাপ মৰ্সন।

তেতিয়া সকল দুখৰ অন্ত
কৰি প্ৰভু সক্তিমন্ত,
ৰাখিব পৰম কিনান
জত ভুঞ্জিবা অম্ৰিত পান।
 ন. ল.