পৃষ্ঠা:ধৰম গিত.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
স্বৰগলৈ জাত্ৰা কৰা।

৯২

“What poor despised company."
Zion's Travelers. C. M.

কি গৰিপ জাত্ৰি লোক সমুহ
 সেই কঠিন বটে জাই?
কাঁইটনিৰ মাজে চলি গৈ
 সকলৰ নিন্দা পাই।

সেই লোক কোঁঅৰ কুঁঅৰি হই,
 ৰাজ বংসি প্ৰতি জন,
অনন্ত ঐস্বৰ্জৰ ভাগি হৈ
 গিত গাই অনিন্দিত মন।

তেন্তে কি কাৰন দৰিদ্ৰ
 গৰিপ জেন দেথা জাই?
অমুল্য বস্ত্ৰ অলঙ্কাৰ
 আচে, দৰ্সন নে পাই।

চলে কিয় বাট এইমান ঠেক,
 কাঁইটনিৰ মাজ পোনাই?
সিহঁতৰ ৰজা তাতে গল,
 তেঁওৰ পথ নেৰে সদাই।