পৃষ্ঠা:ধনন্তৰী বধ.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাখ। আতিক মুনিৰ মাতা বাসুকী ভগিনী। যি জনে কৰে পূৱা খণ্ডয় বিঘিনি। তোমাৰ চৰণে মাতা শত নমস্কা। বুঢ়া টুটা দোষ মানে ক্ষমিবা আমাৰ। সুকবি নাৰায়ণ দেবৰ মধুৰ সঙ্গীত। পদ্মাবতী চৰণে মজিয়া বৌক চিত। সুবৰ্ণে শোভিত কন্যা পৰম ৰূপসী। কণক অৰ্জিত হয়ে থাকে ঘৰে বসি। বিধৰা দেখিয়া তাৰু তাৰ নি পতি। ক্ৰন্দন কয় সদা দেখি সেই সতী। সমাপ্ত।

    1. jd,