সমললৈ যাওক

পৃষ্ঠা:দোঁহাৱলী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দোঁহাৱলী। নিদ্ৰা, তন্দ্ৰা, ক্ৰোধ, ভয়, এলাহ্, দীৰ্ঘসূত্ৰতা; এৰ। এই ছয় দোষ, যদিহে কল্যাণ মাতা। * ARTIS 15(c) F পুৰুষণকো গুণ ষষ্ঠ হ্যায়, নহি ছোড়হু হিত জান। অনালস্য অনসূয়া ক্ষমা ধুতি অক সত্য সুদান॥ নিৰাল্য, অনসূয়া, † - ক্ষমা, ধৃতি, সত্য, দান, - পুৰুষৰ ছটি গুণ নেৰাই কৰ্ত্তব্য-জ্ঞান। - ( 2 ) নিপট অবুধ সমঝৈ কহা বুধজন বচন বিলাস। কপহু ভেক ন জানহি অমল কমল কি বাস॥ ভেকুলীবিলাকে পদ্মৰ সৌৰভ বুজিব নোৱাৰে যেনে, মূৰ্খ বিলাকেও পণ্ডিতৰ গুণ গৌৰৱ নুবুজে তেনে।

  • মাতা—কামনা কৰা।

+ অনঙ্গয়া ঈৰ্ষ্যাহীনতা।