পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ইয়াৰ বাহিৰেও চৌধাৰীদেৱৰ দীঘলীয়া কবিতা-

(ক) পঞ্চামৃত

১। পূবেৰুক।  ২। নিজানৰ ৰাণী।  ৩। অভিশপ্ত।

  ৪। মুক্ত ধাৰা।  ৫। স্মৃতিচক্ৰিকা।

(খ) ত্ৰিবেণী

১। তন্দ্ৰা-বিহাৰ।  ২। প্ৰত্যাৱৰ্ত্তন।  ৩। কবিৰ কাৰেং।

(গ) অমৃত মন্থন

[১। মন্ত্ৰ-সাধন।  ২। মায়াপুৰী।]

 এই তিনিখন পুথি ছপাৰো দিহা কৰা হৈছে। প্ৰত্যেকখন প্ৰায় ৮০-১০০ পিঠিৰ কিতাপ।

পোৱা ঠাই—(১) নিউ প্ৰেছ, গুৱাহাটী

  (২) সম্পাদক, লৌহিত্য গ্ৰন্থপীঠ, গুৱাহাটী

 নাইবা (৩) গ্ৰন্থকাৰ, উজান বজাৰ গুৱাহাটী।