পৃষ্ঠা:দীপিকা ছন্দ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধলৰসত্ৰ পুথি ভঁৰাল

ধৰ্ম্ম সম্বন্ধীয় আৰু বিবিধ সাহিত্য প্ৰকাশক

ধলৰ সত্ৰ (যোৰহাট)

 আমাৰ নিজা প্ৰকাশিত বাবে এই বিলাক কিতাপ আমাৰ ওচৰতেইহে আটাইতকৈ সস্তাত পাব৷
 
শ্ৰীশ্ৰী শঙ্কৰদেৱৰ ৰচিত—       গঙ্গাপতি দাসৰ ৰচিত—
 ১৷ কীৰ্ত্তন পুথি   ২১৷ সীতা বনবাস
 ২৷ কীৰ্ত্তন ঘোষা       পুৰুষোত্তমৰ ৰচিত—
 ৩৷ দশম পুথি (জন্ম খণ্ড)        ২২৷ বুঢ়াভাষ্য-টিকাভাষ্য
 ৪৷ বলি ছলন       গজপতি পুৰুষোত্তমৰ ৰচিত—
 ৫৷ গুপ্ত সাৰ        ২৩৷ দীপিকা চন্দ
  ৬৷ নিমি নৱ সিদ্ধ সম্বাদ       সুকবি শেখৰ ৰচিত—
 ৭৷ অনাদি পাতন        ২৪৷ বৈবশ্ব পুৰাণ
 ৮৷ হৰিচন্দ্ৰ উপাখ্যান        সনাতন দাসৰ ৰচিত—
 ৯৷ স্যমন্ত হৰণ       ২৫৷ জন্ম নিৰ্ণয়
 ১০৷ বৰগীত       ৰামানন্দৰ ৰচিত—
শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত—        ২৬৷ সাধুসঙ্গ নিৰ্ণয়
 ১১৷ ঘোষা       পূৰ্ণানন্দৰ ৰচিত—
 ১২৷ ৰত্নাৱলী        ২৭৷ গোপালদেৱৰ চৰিত্ৰ
অজ্ঞাত কবিৰ ৰচিত—        দ্বিজ শুভনাথৰ ৰচিত—
 ১৩৷ গুপ্তমণি        ২৮৷ ধৰ্ম্ম সংবাদ
 ১৪৷ কালিকা পুৰাণ        সৰ্ব্বভৌম্য ভট্টাচাৰ্য্যৰ ৰচিত—
 ১৫৷ ৰাধা হৰণ        ২৯৷ পদ্ম পুৰাণ
ৰাম সৰস্বতী ৰচিত—        চন্দ্ৰ ভাৰতীৰ ৰচিত—
 ১৬৷ লক্ষ্মী চৰিত্ৰ        ৩০৷ কুমৰ হৰণ
 ১৭৷ ভীম চৰিত্ৰ       শ্ৰীশ্ৰী যুক্ত তীৰ্থনাথ গোস্বামীৰ ৰচিত—
লক্ষীপতিৰ ৰচিত—         ৰচিত—
 ১৮৷ অৰ্জ্জুন সংবাদ        ৩১৷ নাম ধৰ্ম্ম
শ্ৰীধৰ কন্দলী ৰচিত—        ৩২৷ ভক্তি তত্ব দৰ্পণ
১৯৷ কাণখোৱা        ৩৩৷ বৈষ্ণৱ মালা
কবি নাৰায়ণৰ ৰচিত—        ৩৪৷ বৈষ্ণৱ নিত্যকৃত্য
 ২০৷ সম্প্ৰদা চৰিত্ৰ        ৩৫৷ বৈষ্ণৱ কীৰ্ত্তন