সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাণীৰো বাণী, বিশ্বৰ প্ৰতি অম্বু পৰমাণু বস্তু যত ধৰিছে যিজনে কৰিচে "নিতউ নিয়মগত ; সিজনাৰে প্ৰতি অঞ্জলি দিও জলেৰে জল -- হিয়াকে আমাৰ হব্য জানি, কৰি নিয়ন্ত্ৰিত আমাৰো জীৱন— নন্দিত কৰি কোটি প্রণ-মন, পূৰাওক কামনা তেৱেঁই আমাৰ কাম্য দানি ; অঞ্জলি দিও সিজনাৰে প্ৰতি হিয়াকে, আমাৰ হব্য দানি /* 11 কিঞ্চিৎ স্বীয় কল্পনাৰ ৰহেনেৰে— 'ঋগ্বেদ ১০ মণ্ডল, ১২১ লিখোতা । যুক্তৰ এৰাধৰা অনুবাদ । (88)