সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বধৰ্ম্ম উজ্বল ; নাছিল যি দিনা লভা পৰ-ধৰ্ম্ম পৰস্পৰ্শ ভাৰতৰ শিক্ষা দীক্ষা সভ্যতাই বিদেশীৰ ক্ৰমে সেই আক্রমণে সংক্রমণ কৰা । হেৰুৱাব ধৰিলে যিদিন ধৰি স্বধৰ্ম্ম নিজৰ, হেৰুৱাই অন্তৰাত্মা সেই দিন ধৰি আহিল ক্ৰমে সি চাপি মৃত্যুৰ ওচৰ জাতীয় সি জীৱনৰ হাঁয় হেৰুৱালে জীৱনী শক্তিকে ! পাৰিলেহেঁতেন যদি ৰাখিব জীয়াই আজি স্বাতন্ত্ৰ নিজৰ স্বধৰ্ম্মক ৰক্ষা কৰি, পাৰেনে কৰিব আজি ভয়াবহ পৰধৰ্ম্মে এই দশা ভাৰতৰ, অহৰ্নিশে বাদুলিৰ দৰে ওলোমা বাদুলি দিয়া গাত সি লোকৰ ? ক’ত সি [ভাৰত হায় বৈদিক ঋষিৰ, ক'ত আজি ইংৰাজৰ নকল ভাৰত এই বাহিৰে ভিতৰে ত্রস্ত, নতশিৰ ! আলেকজেণ্ডাৰ—নহয় নিতান্ত কম আত্মঅভিমান তোমাসাৰো পুৰু ! বৈদিক ভাৰত সি কি ? ভাৰতৰ এচুকত মাথোঁ সৰু সৰু কিছুমান গাওঁ বা নগৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ নৃপতিসমূহ, সহজ সৰল এক জীৱন-যাপন-; আঁজুৰি পিজুৰি খোৱা [29]